অসম মুখ্য-পৃষ্ঠা বৰপেটাৰ জমিউল হুদা একাডেমী উচ্ছেদ প্ৰশাসনৰ.. বৰপেটাৰ জমিউল হুদা একাডেমী উচ্ছেদ প্ৰশাসনৰ.. asomiyapratidin 29 Aug 2022 08:52 IST Follow UsNew Updateবৰপেটাত মাদ্ৰাছা উচ্ছেদ প্ৰশাসনৰ।জেহাদীৰ কাৰ্যকলাপ চলা অভিযোগত মাদ্ৰাছাখন উচ্ছেদ কৰে প্ৰশাসনে ।মাদ্ৰাছা খনৰ নাম জমিউল হুদা একাডেমী।জেহাদীৰ বিৰুদ্ধে বৰপেটা আৰক্ষীয়ে চলায় অভিযান। ১০ দিনৰ আৰক্ষীৰ জিম্মাত আটক কৰা দুই জেহাদী। assam himanta biswa sarma Assam policeআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক