/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/sfs.png)
ডিজিটেল সংবাদ , নগাঁও : কলেজ অৱ এডুকেশ্বন, নগাঁৱত সোমবাৰে এখনি গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয় ৷ ৰিকুমণি শইকীয়াই উদেশ্য বাখ্যাৰে আৰম্ভ হোৱা সভাখনত সভাপতিত্ব কৰে শিক্ষাবিদ অতুল বৰাই ৷
সভাখনত লেখক স্মৃতিজ্যোতি গোস্বামীৰ গ্ৰন্থ "ক্ৰিয়াত্মক গৱেষণা" উন্মোচিত কৰা হয়৷ গ্ৰন্থ খন উন্মোচন কৰে বিশিষ্ট ব্যক্তি অতুল চন্দ্ৰ বৰাই ৷ উন্মোচক অতুল বৰাই গ্ৰন্থখনে শিক্ষাৰ্থীসকলক গৱেষণাৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হ'ব বুলি মত প্ৰকাশ কৰে ৷
আৰু পঢ়ক: হিমন্ত ৩৬৫…
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us