পাঠশালাৰ অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান সৃষ্টিৰ উদ্যোগত আয়োজন কৰা চতুৰ্থ বাৰ্ষিক গ্ৰন্থমেলাৰ সফল সামৰণি...

পাঠশালাৰ অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান সৃষ্টিৰ উদ্যোগত আয়োজন কৰা চতুৰ্থ বাৰ্ষিক গ্ৰন্থমেলাৰ সফল সামৰণি...
  • পাঠশালাৰ অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান সৃষ্টিৰ উদ্যোগত আয়োজন কৰা চতুৰ্থ বাৰ্ষিক গ্ৰন্থমেলাৰ সফল সামৰণি ।

  • সামৰণি অনুষ্ঠানত উপস্থিত থাকে কেবিনেট মন্ত্ৰী তথা বিধায়ক ৰণজিৎ কুমাৰ দাসে ।

  • চলিত বৰ্ষৰ সৃষ্টিৰত্ন ২০২২ শীৰ্ষক বটা প্ৰদান কৰে সমাজকৰ্মী তথা তপোবন অনাথ শিশু গৃহৰ সঞ্চালক কুমুদ কলিতালৈ ।

  • পাঠশালা হৰিমন্দিৰ প্ৰাংগনত আয়োজন কৰা এক গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আগবঢ়াই সৃষ্টিৰত্ন ২০২২ বঁটা ।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in