/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/888d7450-e31e-4e42-9178-2ee847d64787/111.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/6d820633-2b8f-4b45-9e98-f2d45a19f35b/WhatsApp_Image_2022_11_01_at_9_01_34_AM.jpeg)
-
পাঠশালাৰ অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান সৃষ্টিৰ উদ্যোগত আয়োজন কৰা চতুৰ্থ বাৰ্ষিক গ্ৰন্থমেলাৰ সফল সামৰণি ।
-
সামৰণি অনুষ্ঠানত উপস্থিত থাকে কেবিনেট মন্ত্ৰী তথা বিধায়ক ৰণজিৎ কুমাৰ দাসে ।
-
চলিত বৰ্ষৰ সৃষ্টিৰত্ন ২০২২ শীৰ্ষক বটা প্ৰদান কৰে সমাজকৰ্মী তথা তপোবন অনাথ শিশু গৃহৰ সঞ্চালক কুমুদ কলিতালৈ ।
-
পাঠশালা হৰিমন্দিৰ প্ৰাংগনত আয়োজন কৰা এক গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আগবঢ়াই সৃষ্টিৰত্ন ২০২২ বঁটা ।