/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/ebb988b5-fb0c-454f-8f2c-8d0b289da86e/download.jpg)
ei muhurtar khabar
-
চিৰাঙৰ বঙাইগাঁও শোধনাগাৰৰ হাই ছিকিউৰিটি জ’নত চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈছে।
-
বঙাইগাঁও শোধনাগাৰৰ আৱাসিক এলেকাৰ ১৪টা বাসগৃহত চোৰৰ চাফাই অভিযান।
-
চোৰে লুটিলে কেইবা কোটি টকাৰ আ-অলংকাৰ।
-
লগতে লুটি নিলে বুজন পৰিমাণৰ নগদ ধন।
-
কৰ্মচাৰীসকলৰ অনুপস্থিতিৰ সুযোগত চোৰে চলালে এই লুটপাত।
-
ইতিমধ্য ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।