/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/1e9882f0-5d33-4011-8560-959bfdb32075/abhayapuri.jpg)
অভয়াপুৰীৰ চৌটাকীত ভয়াৱহ পথ দুৰ্ঘটনাঃ থিতাতে নিহত এজন...
-
অভয়াপুৰীৰ চৌটাকীত ভয়াৱহ পথ দুৰ্ঘটনা।
-
দুৰ্ঘটনাত থিতাতে নিহত এজন।
-
গুৰুতৰভাৱে আহত আন এজন লোক।
-
এখন কণ্টেইনাৰ বাহনে এখন স্কুটিক মহতিয়াই নিয়াৰ ফলতে এই ঘটনা।
-
নিহত লোকজন নয়াগাঁৱৰ হৰ কুমাৰ নাথ বুলি চিনাক্ত।
-
সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি সুশাংক নাথ নামৰ লোকজনক।
Also Read: শ্ৰীমন্ত শংকৰদেৱ শংঘৰ অধিৱেশনৰ আজি অন্তিম দিনঃ সাজু ভাগৱত শোভাযাত্ৰাৰ বাবে