নয়ন কুমাৰ বৰুৱাক বঙাইগাঁও শোধনাগাৰৰ কাৰ্যবাহী সঞ্চালক আৰু মুৰব্বী হিচাপে নিযুক্তি...

নয়ন কুমাৰ বৰুৱাক বঙাইগাঁও শোধনাগাৰৰ কাৰ্যবাহী সঞ্চালক আৰু মুৰব্বী হিচাপে নিযুক্তি...

author-image
Asomiya Pratidin
New Update
নয়ন কুমাৰ বৰুৱাক বঙাইগাঁও শোধনাগাৰৰ কাৰ্যবাহী সঞ্চালক আৰু মুৰব্বী হিচাপে নিযুক্তি...

নয়ন কুমাৰ বৰুৱাক বঙাইগাঁও শোধনাগাৰৰ কাৰ্যবাহী সঞ্চালক আৰু মুৰব্বী হিচাপে নিযুক্তি...

ডিজিটেল সংবাদ চিৰাংঃ নয়ন কুমাৰ বৰুৱাই যোৱা ১ ফেব্ৰুৱাৰীত ভাৰতীয় তেল নিগম লিমিটেডৰ বঙাইগাঁও শোধনাগাৰৰ কাৰ্যবাহী সঞ্চালক আৰু শোধনাগাৰৰ মুৰব্বী হিচাপে দায়িত্ব গ্ৰহণ কৰে । গুৱাহাটীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা ৰাসায়নিক অভিযন্তা বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰা বৰুৱাই ১৯৯৩ চনত ভাৰতীয় তেল নিগম লিমিটেডত যোগদান কৰিছিল।

Advertisment

বৰুৱাৰ তেল শোধন খণ্ডত ৩০ বছৰৰো অধিক কাল সেৱা আগবঢ়়োৱাৰ অভিজ্ঞতা আছে। বৰুৱা ৰাজ্যৰ ভিতৰ-বাহিৰত ইণ্ডিয়ান অইলৰ অন্যান্য শোধনাগাৰত উৎপাদন, কাৰিকৰী সেৱা, প্ৰকল্প, স্বাস্থ্য, সুৰক্ষা আৰু পৰিৱেশকে ধৰি বহু জটিল ক্ষেত্ৰত কাম কৰাৰ অভিজ্ঞতাৰে পুষ্ট।

Also Read: হাজোৰ পিছত ৰঙিয়াতো সাংসদ পুঁজিৰ পৰ্বতসম দুৰ্নীতি...

বঙাইগাঁও শোধনাগাৰ নয়ন কুমাৰ বৰুৱা