/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/e8655dd8-0152-4a7e-b2a2-c92ae538bac2/manikpur_29.jpg)
কীৰ্তনপাৰা বজাৰৰ ৩০ খনকৈ দোকান ভস্মীভূত...
বঙাইগাঁৱত ভয়ংকৰ অগ্নিকাণ্ড।
বঙাইগাঁওৰ কীৰ্তনপাৰা বজাৰত সংঘটিত হৈছে অগ্নিকাণ্ড ।
একলগে জ্বলি শেষ হ'ল ৩০ খনকৈ দোকান।
আটাইকেইখন দোকানেই সম্পূৰ্ণৰূপে ভস্মীভূত।
অগ্নিকাণ্ডৰ ফালত কেইবাকোটি টকাৰ সম্পত্তি ক্ষতিসাধন।
নিশাৰে পৰা অগ্নি নিৰ্বাপনক প্ৰচেষ্টা।
পুৱাও ঘটাস্থলীত দেখা গৈছে জুই।
অৱশ্য়ে অগ্নি নিৰ্বাপক বাহিনীয়ে নিৰ্বাপিত কৰিছে জুই।
স্থানীয় লোকেও অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ পাছতে জুই নিৰ্বাপনৰ বাবে চলাই প্ৰচেষ্টা।
কি কাৰণত এই অগ্নিকাণ্ড সংঘটিত হ'ল সেই বিষয়ে এতিয়ালৈকে জানিব পৰা হোৱা নাই।
স্থানীয় বৰঘোলা আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।
Also Read: নিশাৰ গুৱহাটীত আৰক্ষীৰ বেৰিকেডত খুন্দা বাইকৰঃ দুই আহতলৈ সহাৰি নাই আৰক্ষী, ১০৮ সেৱাৰ