বঙাইগাঁৱত চাঞ্চল্য! মৰিয়াই মৰিয়াই হত্যা কৰিলে এজনক...

বঙাইগাঁৱৰ উত্তৰ মাজগাঁৱত হত্যাকাণ্ড।
বঙাইগাঁৱত চাঞ্চল্য! মৰিয়াই মৰিয়াই হত্যা কৰিলে এজনক...
  • বঙাইগাঁৱৰ উত্তৰ মাজগাঁৱত হত্যাকাণ্ড।

  • দিলীপ বৰ্মন নামৰ এজনক মৰিয়াই মৰিয়াই হত্যা।

  • প্রফুল্ল পাটগিৰি নামৰ লোকজনে হত্যা কৰে দিলীপ বৰ্মনক।

  • সুৰাপান কৰি হুলস্থুল কৰাৰ বাবেই এই হত্যাকাণ্ড।

  • আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে প্রফুল্ল পাটগিৰিক।

  • ঘটনা সন্দৰ্ভত আৰম্ভ তদন্ত।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in