New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/a581796c-d1e3-46c4-b181-050ef2841035/222.jpg)
বঙাইগাঁৱৰ উত্তৰ মাজগাঁৱত হত্যাকাণ্ড।
দিলীপ বৰ্মন নামৰ এজনক মৰিয়াই মৰিয়াই হত্যা।
প্রফুল্ল পাটগিৰি নামৰ লোকজনে হত্যা কৰে দিলীপ বৰ্মনক।
সুৰাপান কৰি হুলস্থুল কৰাৰ বাবেই এই হত্যাকাণ্ড।
আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে প্রফুল্ল পাটগিৰিক।
ঘটনা সন্দৰ্ভত আৰম্ভ তদন্ত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us