/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/6b09312d-ec58-4bb1-ae15-61db88f46b31/pic_eimuhurtor_khobor_copy.jpg)
কাছাৰত এখন চোৰাং কুকুৰ ভৰ্তি বলেৰো বাহন জব্দ ৷
শিলচৰৰ পৰা মিজোৰামলৈ সৰবৰাহ কৰাৰ সময়ত ধলাইত নিশা জব্দ বাহনখন ৷
গোপন তথ্যৰ ভিত্তিত অভিযান চলাই ধলাই আৰক্ষীয়ে জব্দ কৰে বাহনখন ৷
MZ-05-7829 নম্বৰৰ বলেৰোখনৰ পৰা জব্দ ১৬ টা কুকুৰ ৷
কুকুৰৰ সৈতে দুজন সৰবৰাহকাৰীক আটক ৷
ধৃত লোক দুজন আলফ্ৰেড মাৰ আৰু লালছানহিমা ৷
দুয়োৰে ঘৰ মিজোৰামৰ ভাইৰেংটিত ৷
বৰ্তমান দুয়োজনকে ধলাই থানাত জেৰা কৰি থকা হৈছে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us