New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/1db7a489-f2e1-477a-91e2-5b378e61b112/accident.jpg)
-
বকোৰ বামুণীগাঁৱৰ ভুৰকীবাৰীত শোকাৱহ ঘটনা।
-
অচিনাক্ত বাহনৰ খুন্দাত নিহত বাইক আৰোহী।
-
নিহত বাইক আৰোহীজন এই পৰ্যন্ত চিনাক্ত হোৱা নাই।
-
ঘটনাস্থলীত ইতিমধ্যে উপস্থিত আৰক্ষী।
-
বাইকখনৰ নং- AS01 F 77961।
-
তদন্ত আৰম্ভ আৰক্ষীৰ।