New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/boko-4.jpg)
- বকোত দলং নিৰ্মাণৰ দাবীত বুধবাৰে ধৰ্ণা কাৰ্যসূচী ।
- সদৌ অসম বাঙালী পৰিষদৰ কামৰূপ জিলা সমিতিৰ উদ্যোগত এই ধৰ্ণা।
- ৪৮ নং বকো বিধান সভা সমষ্টিৰ অন্তৰ্গত মৰাকলহী নদীৰ ছমৰীয়া -নগৰবেৰা শালমাৰা পাৰঘাটত দলং নিৰ্মাণৰ দাবীত ওলাই আহিল ৰাইজ ।
- বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ।
- বুধবাৰে ৰূপায়ন হয় এই ধৰ্ণা কাৰ্যসূচী।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us