/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/aimuhurto-khabar.jpg)
ডিজিটেল সংবাদ, বকো : বকোত তীব্ৰ চাঞ্চল্য । মঙ্গলবাৰে ৰাতিপুৱাই বকো নিজবগাই গাঁৱৰ উত্তৰা বড়ো (৩৬) নামৰ মহিলাগৰাকীয়ে দাৰে কাটিলে শাহুৱেকসহ তিনিগৰাকীক । থিতাতে মৃত্যু শাহুৱেক সুশীলা বড়ো (৭৫)ৰ ।
চিকিৎসালয়ত মৃত্যু বনকৰা মহিলা প্ৰতিভা ৰাভা (৫০)ৰ । সংকটজনক অৱস্থাত প্ৰতিভা ৰাভাৰ কন্যা শিৱানী ৰাভা (২৫) চিকিৎসাধীন হৈ আছে। বকো আৰক্ষীয়ে হত্যাকাৰী উত্তৰা বড়োক গ্ৰেপ্তাৰ কৰিছে ।
আৰু পঢ়ক : কোকৰাঝাৰত 'স্বাস্থ্যবান শিশু বঁটা' প্ৰদান অনুষ্ঠান…