মধ্যাহ্ন ভোজনৰ ধন আত্মসাৎ কৰি নিলম্বিত বকো হাইস্কুলৰ প্ৰধান শিক্ষক

মধ্যাহ্ন ভোজনৰ ধন আত্মসাৎ কৰি নিলম্বিত বকো হাইস্কুলৰ প্ৰধান শিক্ষক

author-image
asomiyapratidin
New Update
মধ্যাহ্ন ভোজনৰ ধন আত্মসাৎ কৰি নিলম্বিত বকো হাইস্কুলৰ প্ৰধান শিক্ষক

ডিজিটেল সংবাদ,ছমৰীয়া:-'অসমীয়া প্ৰতিদিন ডিজিটেল' সংস্কৰনৰ বাতৰিৰ প্ৰভাৱ।বকো হাইস্কুলৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকক নিলম্বন।

Advertisment

নিলম্বন কৰা হ'ল ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক প্ৰদীপ বৰ্মনক।বকো হাইস্কুলৰ মধ্যাহ্ন ভোজনৰ ৫ লাখ ৭০ হাজাৰ টকা আত্মসাতৰ অভিযোগ।অসমীয়া প্ৰতিদিন ডিজিটেল সংস্কৰনত প্ৰকাশিত হৈছিল দুৰ্নীতিৰ তথ্য।

পৰিচালনা সমিতিৰ অজ্ঞাতে উলিয়াইছিল ধনৰাশি।মধ্যাহ্ন ভোজনৰ চাউল হৰলুকিতো অভিযুক্ত প্ৰধান শিক্ষক প্ৰদীপ বৰ্মন।তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ কামৰূপ জিলাৰ বিদ্যালয় পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াৰ এই নিৰ্দেশনা।

আৰু পঢ়ক:  ছাগলী দুৰ্ঘটনাক কেন্দ্ৰ কৰি ছাত্ৰ-ছাত্ৰী কঢ়িয়াই নিয়া বাহন আক্ৰমণ…

assam BOKO