New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/64a52db5-41ad-40be-b1e7-3ad7bf9fd4ec/roac.jpg)
বোকাখাতৰ মেথনিত পথ দুৰ্ঘটনা।
অচিনাক্ত বাহনে মহতিয়ালে দুজন স্কুটী আৰোহীক।
স্কুটিখনৰ নম্বৰ AS01-BD-4797 ।
গুৱাহাটীৰ পৰা যোৰহাটলৈ আহি আছিল অভিজিত ঘোষ আৰু বিজয় ৰয় নামৰ যুৱকদ্বয়।
সংকটজনক অৱস্থাত দুয়োকে বোকাখাতৰ স্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত ভৰ্তি।