New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/5ab87155-909e-49f9-a8ce-a3b39c030bca/accident_7.jpg)
ট্ৰাকৰ খুন্দাত থিতাতে নিহত চাইকেল আৰোহী... road accident
- বোকাখাতৰ কুৰুৱাবাহীত ভয়ংকৰ পথ দুৰ্ঘটনা। 
- ট্ৰাকৰ খুন্ধাত থিতাতে নিহত চাইকেল আৰোহী। 
- নিহত চাইকেল আৰহী জন কুৰুৱাবাহী মধুপুৰৰ শম্ভু দেৱ মাঝি বুলি জানিব পৰা গৈছে। 
- দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা ট্ৰাকখনক বিহৰাত জব্দ কৰে আৰক্ষীয়ে। 
- দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ AS01MC1132 
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us