New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/road-ac.jpg)
- বোকাখাতৰ মেথনিত ভয়ংকৰ পথ দুৰ্ঘটনা।
- সোমবাৰ সংঘটিত হয় এই পথ দুৰ্ঘটনা।
- বাইক আৰু ট্ৰেইলাৰৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো।
- থিতাতে নিহত দুজন বাইক আৰোহী।
- নিহত যুৱক দুজনৰ নাম সুমন্ত ওৰাং আৰু কাৰ্তিক ঘাটোৱাল।
- দুয়োজন যুৱকৰ ঘৰ গেলেকি মিকিৰ গাঁৱত।
- দুৰ্ঘটনাগ্ৰস্ত বাইকখনৰ নম্বৰ AR 08 A 8295
- আৰু ট্ৰেইলাৰ খনৰ নম্বৰ UP 42 BT 5397।