New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/02/lka.png)
ডিজিটেল সংবাদ,বোকাখাত:
- বোকাখাতৰ গড়মুৰত লোমহৰ্ষক ঘটনা ৷
- ভাইবোৱাৰীৰ দাৰ ঘাপত গুৰুত্বৰ ভাৱে আহত বৰজনা বিজয় সিং ৰবিদাস ৷
- আহত ভাইবোৱাৰী পিংকী ৰবিদাসো ৷
- বৰজনাকে ভাই বোৱাৰীক অসৎ কামনা চৰিতাৰ্থ কৰাৰ চেষ্টা কৰোতেই সংঘটিত হয় ঘটনাটো ৷
- দুয়োকে সংকটজনক অৱস্থাত JMCH লৈ প্ৰেৰণ ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us