New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/11/agrani-batory.jpg)
ডিজিটেল সংবাদ, বোকাখাত :
- বোকাখাতৰ বৰজুৰিত লোমহৰ্ষক হত্যাকাণ্ড।
- স্বামীৰ হাতত প্ৰান গ'ল পত্নীৰ
- স্বামী দেবাৰু হাচদাই মৰিয়াই হত্যা কৰিলে পত্নী পুৰ্ণিমা হাচদাক।
- পাৰিবাৰিক কন্দলৰ ফলতেই এই হত্যাৰ সন্দেহ।
- অভিযুক্ত দেবাৰু হাচদাক আটক বোকাখাত আৰক্ষীৰ।