/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
বোকাখাতত আৰক্ষীৰ এনকাউণ্টাৰ।
আৰক্ষীৰ গুলীত আহত বাবু শইকীয়া।
শুকুৰবাৰে সংঘটিত হয় এই ঘটনা।
আৰক্ষীয়ে বাবু শইকীয়াক লৈ অভিযান চলোৱাৰ সময়তে এই ঘটনা।
আৰক্ষীক আক্রমণ কৰি পলায়নৰ চেষ্টা কৰিছিল অভিযুক্তই।
বাবুৰ আক্রমণত আহত অজয় নাথ নামৰ এজন কনিষ্টবল।
Also Read: সমুজ্জ্বল ভট্টাচাৰ্য হৈ থাকিব মুখ্য উপদেষ্টা! আন ৪০ উৰ্ধৰ বয়োবৃদ্ধ ব্যক্তিক আঁতৰাব আছুৰ পৰা...