অসম মুখ্য-পৃষ্ঠা বোকাখাতত ড্ৰাগছসহ যুৱক আটক, দুটা ড্ৰাগছ কন্টেইনাৰ জব্দ… বোকাখাতত ড্ৰাগছসহ যুৱক আটক, দুটা ড্ৰাগছ কন্টেইনাৰ জব্দ… asomiyapratidin 01 Sep 2022 21:31 IST Follow UsNew Updateবোকাখাতত ড্ৰাগছসহ যুৱক আটক।ধৃত যুৱকজনৰ নাম আৰিফ আহমেদ।বোকাখাতৰ কেইজনমান সচেতন যুৱকে ড্ৰাগছসহ যুৱকজনক ধৰি চমজাই দিয়ে বোকাখাত আৰক্ষীক।ধৃত ড্ৰাগছ আসক্ত যুৱকজনৰ পৰা দুটা ড্ৰাগছৰ কন্টেইনাৰ জব্দ।বোকাখাত আৰক্ষীৰ জেৰা অব্যাহত। assam Assam policeআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক