অসম মুখ্য-পৃষ্ঠা কুৰুৱাবাহীত গঁড়ৰ আক্ৰমণত নিহত এজন... বোকাখাতৰ কুৰুৱাবাহীৰ চহলা অঞ্চলত অঘটন। গঁড়ৰ আক্ৰমণত নিহত এজন ব্যক্তি। Asomiya Pratidin 11 Dec 2022 08:56 IST Follow UsNew UpdateBOKAKHAT বোকাখাতৰ কুৰুৱাবাহীৰ চহলা অঞ্চলত অঘটন।গঁড়ৰ আক্ৰমণত নিহত এজন ব্যক্তি।নিহত লোকজন তাৰচন চৌধুৰী (৬০) বুলি জানিব পৰা গৈছে ৷ পুৱা খেতি পথাৰলৈ গৈ থকা অৱস্থাত সংঘটিত হয় ঘটনাটো। bokakhat assamআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক