/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/f122fbc3-ceef-4050-ac2b-2d8f8a0a9c3c/gsfdfd.jpg)
-
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলী বনাঞ্চলত শোকাবহ ঘটনা।
-
বনাঞ্চলখনৰ সমীপৱৰ্তী বেলগুৰিত গাঁৱত বনৰীয়া ম'হৰ আক্ৰমণত নিহত এগৰাকী মহিলা।
-
নিহত মহিলা গৰাকীৰ নাম দীপা মুণ্ডা (৪৫)।
-
বৃহস্পতিবাৰে পুৱাই ঘটনাটো সংঘটিত হয়।
-
বহু সময় ধৰি ঘটনাস্থলীত বনবিভাগৰ লোক উপস্থিত নোহোৱাত উতপ্ত পৰিস্থিতি।
Also Read: সাৰংগৰ হিয়া জিনি অঞ্জনা বহিল বিয়াত...