অসম মুখ্য-পৃষ্ঠা বোকাজানত ৰেলৰ খুন্দাত বন্যহস্তী মৃত্যু বোকাজানত ৰেলৰ খুন্দাত বন্যহস্তী মৃত্যু asomiyapratidin 29 May 2022 21:36 IST Follow UsNew Updateবোকাজানত ৰেলৰ খুন্দাত বন্যহস্তী মৃত্যু।উজনিমুৱা BG এক্সপ্ৰেছ ট্ৰেইন খনৰ খুন্দাত মৃত্যু হাতীটোৰ ।বোকাজান ৰেল ষ্টেচন অতিক্ৰম কৰিবলৈ কিছুদূৰ থকাৰ সময়তে কেইবাটাও বন্যহস্তীয়ে ৰেললাইন পাৰ হ'বলৈ চেষ্টা কৰাৰ সময়তে দুৰ্ঘটনাটো সংঘটিত হয়। assam elephantআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক