/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/5ab87155-909e-49f9-a8ce-a3b39c030bca/accident_7.jpg)
road accident road accident
-
বোকাজানত ভয়ংকৰ পথ দুৰ্ঘটনা।
-
বোকাজানৰ খটখটিত যাত্ৰীবাহী বাছ আৰু এম্বুলেন্সৰ মাজত মুখামুখি সংঘৰ্ষ।
-
ডিমাপুৰৰ পৰা আহি থকা বতাহী নামৰ যাত্ৰীবাহী চুপাৰখনে খুন্দা মাৰে এম্বুলেন্সখনত ।
-
ঘটনাস্থলীত ৫ জন লোক গুৰুতৰভাৱে আহত আৰু বহুকেইজন যাত্ৰী কম বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে।
-
গুৰুতৰভাৱে আহত হোৱা ৫ জন লোকক বোকাজানৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।