/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/3a72fce0-b74b-487c-8864-b8f974545002/bokajan_10.jpg)
-
বোকাজানত ৮.৬ কুইণ্টল গাঞ্জা জব্দ।
-
মণিপুৰৰ পৰা অহা NL02 D 7837 নম্বৰৰ এখন ট্ৰাকৰ পৰা জব্দ কৰা হৈছে ৮০ পেকেট গাঞ্জা।
-
এক গোপন সূত্ৰৰ ভিত্তিত নিশা ২ বজাত খটখটি নাকা তালাচিত জব্দ কৰা হয় গাঞ্জাখিনি।
-
ট্ৰাকখনত এটা গোপন চেম্বাৰ বনাই অতি কৌশলেৰে লুকুৱাই আনিছিল গাঞ্জাখিনি।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/5f897249-6585-455e-af91-f47f738d1b75/f65adf9e_537b_4ad7_aea7_c7d762c420cd.jpg)
-
গাঞ্জাৰ লগতে ৩টা চাবোনৰ বাকচত ৪০ গ্ৰাম ড্ৰাগছো জব্দ কৰে আৰক্ষীয়ে।
-
জব্দকৃত গাঞ্জাৰ লগতে আটক কৰে ফিল্টাৰ কলিতা, দীপক মহাতো আৰু ৰাহুল তামাংক নামৰ তিনিজন লোকক।
-
তিনিও সৰবৰাহকাৰী কাৰ্বি আংলঙৰ বৰপথাৰৰ বুলি জানিব পৰা গৈছে।
-
জব্দকৃত ড্ৰাগছখিনিৰ আনুমানিক বজাৰ মূল্য ১ কোটি টকা বুলি জানিব পৰা গৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/74411b83-a1a3-49c1-9e0c-22b763cdac69/01cbef5d_9bae_442c_8f14_a7e1650b2291.jpg)