বোকাজানত নিচাজাতীয় সামগ্ৰী জব্দ

আৰক্ষীৰ জালত দুই সৰবৰাহকাৰী
বোকাজানত নিচাজাতীয় সামগ্ৰী জব্দ
  • বোকাজানত ড্ৰাগছসহ আৰক্ষীৰ জালত দুটা সৰবৰাহকাৰী।

  • বৰপথাৰ আৰক্ষীৰ শান্তিপুৰ নাকা তালাচীত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ।

  • ডিমাপুৰৰ পৰা গুৱাহাটী অভিমুখী AS 31 F 2466 নম্বৰৰ বাহনখনৰ গোপন চেম্বাৰ সাজি লুকুৱাই আনিছিল ড্ৰাগছ ।

  • ৪৫ টা পেকেটত উদ্ধাৰ হোৱা ড্ৰাগছখিনিৰ মূল্য প্ৰায় ১ কোটি টকা বুলি জানিব পৰা গৈছে।

বোকাজানত নিচাজাতীয় সামগ্ৰী জব্দ
কৰ্ণাটকত পথ দুৰ্ঘটনা : একেটা পৰিয়ালৰে ৬গৰাকী নিহত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in