/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/66226f40-6387-4334-a83c-7bdbc9714605/aimu.jpg)
bokajan lightning
-
বোকাজানত বজ্ৰ পৰি এগৰাকী মহিলাৰ মৃত্যু।
-
বোকাজানৰ টিংলিজানৰ দ-হোলা গাঁৱত সংঘটিত হৈছে এই ঘটনা।
-
পথাৰলৈ গৰু আনিবলৈ যাওঁতে বজ্ৰ পৰি মৃত্যু হয় মহিলাগৰাকীৰ।
-
মহিলাগৰাকীৰ নাম পুতু মেচ বুলি জানিব পৰা গৈছে।
-
পুতু মেচে স্বামীৰ লগতে পুত্ৰ-কন্যাক এৰি থৈ গৈছে।
-
মৰুণোত্তৰ পৰীক্ষাৰ বাবে ডিফুলৈ প্ৰেৰণ কৰা হৈছে মৃতদেহ।