New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/af3a61f9-4a25-4d28-93bc-d339dfe183f5/aimu.jpg)
bokajan lightning
বোকাজানত ব্ৰজ পৰি এগৰাকী মহিলাৰ মৃত্যু।
বোকাজানৰ টিংলিজানৰ দ-হোলা গাঁৱত সংঘটিত হৈছে এই ঘটনা।
পথাৰলৈ গৰু আনিবলৈ যাওঁতে ব্ৰজপাত পৰি মৃত্যু হয় মহিলাগৰাকীৰ।
মহিলাগৰাকীৰ নাম পুতু মেচ বুলি জানিব পৰা গৈছে।
পুতু মেচে স্বামীৰ লগতে পুত্ৰ-কন্যাক এৰি থৈ গৈছে।
মৰুণোত্তৰ পৰীক্ষাৰ বাবে ডিফুলৈ প্ৰেৰণ কৰা হৈছে মৃতদেহ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us