New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/bokajan-1.jpg)
ডিজিটেল সংবাদ, বোকাজান :
- বোকাজানত বিদ্ৰোহী সংগঠন 'আলনা'ৰ অস্ত্ৰ সম্বৰণ।
- ২০১২ চনতে অসম চৰকাৰৰ লগত শান্তি চুক্তি কৰিছিল বিদ্ৰোহী সংগঠনটোৱে।
- বোকাজান আৰক্ষী থানাত তেওঁলোকৰ লগত জমা থকা অস্ত্ৰসমূহ জমা দিয়ে।
- জমা দিয়া অস্ত্ৰ সমূহৰ ভিতৰত আছে ৬ টা পিষ্টল, .২২ এমএমৰ ৪ টা ৰাইফল, ৪ টা বন্দুক, বহু পৰিমাণৰ সক্ৰিয় গুলি।
- অসমৰ বিভিন্ন প্ৰান্তত থকা 'আলনা'ৰ সদস্যক মজুত ৰখা অস্ত্ৰসমূহ জমা দিবলৈ অনুৰোধ জনাই আলনা সদস্যই।