/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/5ff5d0ac-3c01-4539-88c0-ede7fb1ee405/bokajan.jpg)
-
বোকাজানৰ বালিপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনা।
-
ৰৈ থকা বলেৰ' পিক আপত তীব্ৰ বেগী খুন্দা বাইক আৰোহীৰ।
-
থিতাতে নিহত দুই বাইক আৰোহী।
-
আন এগৰাকী কিশোৰীক সংকটজনকভাৱে বোকাজান চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।
-
বাইক আৰোহী কেইজনৰ বৰ্তমানেও পৰিচয় উদ্ধাৰ হোৱা নাই।
-
দুৰ্ঘটনা সংঘটিত হোৱা বলেৰ' পিক আপখনৰ নম্বৰ AS16 AC0986।
-
অন্যহাতে বাইক খনৰ নম্বৰ হৈছে AS09G 7232।