মহানগৰীৰ চানমাৰিত মৃতদেহ উদ্ধাৰ।উদ্ধাৰ হোৱা মৃতদেহটো এজন যুৱকৰ। চানমাৰি অভিযান্ত্রিক প্রতিষ্ঠানৰ সমীপত উদ্ধাৰ মৃতদেহটো।যুৱকজনৰ মৃত্যুৰ কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই।নাক আৰু মুখৰ পৰা ফেন ওলাই থকা অৱস্থাত উদ্ধাৰ মৃতদেহটো।একাংশই ড্ৰাগছ আসক্ত হৈয়ে যুৱকজনৰ মৃত্যু হোৱা বুলি সন্দেহ কৰিছে।ঘটনাস্থলীত উপস্থিত চানমাৰি আৰক্ষী.ক্লিক কৰি পঢ়কঃ চৰকাৰৰ ৰোষত বুম্বা ৰাইডৰ প্ৰযোজক লুইত কুমাৰ বৰ্মন…