/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
দুলীয়াজানত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ
অইল ইণ্ডিয়া লিমিটেডৰ বিষয়া আবাসিক অঞ্চলত উদ্ধাৰ
মৃতদেহটো উদ্যোগ প্রতিষ্ঠানৰ বিষয়া আকাশদ্বীপ শৰ্মাৰ বুলি চিনাক্ত
আকাশদ্বীপ শৰ্মা উৎপাদন বিভাগৰ OGPS হিচাপে কৰ্মৰত আছিল
আকাশদ্বীপ শৰ্মাৰ আবাসগৃহত উদ্ধাৰ মৃতদেহ
ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।
Also Read: অসম সাহিত্য সভা : বাৰপূজীয়া অধিৱেশনৰ আজি তৃতীয় দিন