অইল ইণ্ডিয়া লিমিটেডৰ আবাসিক অঞ্চলত মৃতদেহ উদ্ধাৰ

অইল ইণ্ডিয়া লিমিটেডৰ আবাসিক অঞ্চলত মৃতদেহ উদ্ধাৰ
  • দুলীয়াজানত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ

  • অইল ইণ্ডিয়া লিমিটেডৰ বিষয়া আবাসিক অঞ্চলত উদ্ধাৰ

  • মৃতদেহটো উদ্যোগ প্রতিষ্ঠানৰ বিষয়া আকাশদ্বীপ শৰ্মাৰ বুলি চিনাক্ত

  • আকাশদ্বীপ শৰ্মা উৎপাদন বিভাগৰ OGPS হিচাপে কৰ্মৰত আছিল

  • আকাশদ্বীপ শৰ্মাৰ আবাসগৃহত উদ্ধাৰ মৃতদেহ

  • ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

অইল ইণ্ডিয়া লিমিটেডৰ আবাসিক অঞ্চলত মৃতদেহ উদ্ধাৰ
অসম সাহিত্য সভা : বাৰপূজীয়া অধিৱেশনৰ আজি তৃতীয় দিন

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in