/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/452bbc02-f441-4a87-85d1-27cf1a2788ce/bbbb.jpg)
কামপুৰ তেতেলিসৰাত পথৰ কাষত উদ্ধাৰ এটা মৃতদেহ
মৃতদেহটো তেতেলিসৰা মাহনিআটিৰ গিৰিন গগৈ বুলি চিনাক্ত
নিশা ঘৰলৈ গৈ থকা অৱস্থাত পথ দুৰ্ঘটনাৰ ফলত মৃত্যু হোৱাৰ সন্দেহ ৰাইজৰ
জৰাজীৰ্ণ পথৰ বাবে সংঘটিত হয় দুৰ্ঘটনাটো
মৃত্যু হোৱা লোকজন কান্দাপাৰ প্ৰাথিক বিদ্যালয়ৰ শিক্ষক
মৃতদেহৰ কাষত উদ্ধাৰ AS 03 P 5975 নম্বৰৰ এখন মটৰ চাইকেল
আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো মৰনোত্তৰ পৰীক্ষা বাবে নগাঁৱলৈ প্ৰেৰণ কৰে ৷
Also Read: নৱ প্ৰজন্মৰ বাবে আদৰ্শৰ চানেকি গহপুৰৰ মেধাৱী ছাত্র শোণিত হাজৰিকা