/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/big-news-face.jpg)
মাজবাটত স্বামীৰ দাৰ ঘাপত আহত পত্নী, কন্যা সন্তান আৰু আত্মীয়...
মাজবাটৰ শিহৰণকাৰি ঘটনা।
স্বামীয়ে দাৰে ঘপিয়ালে পত্নী, পত্নীৰ জ্যেষ্ঠ ভগ্নী আৰু নিজ কন্যা সন্তানক।
দাৰ ঘাপত গুৰুতৰভাৱে আহত তিনিওগৰাকী।
গুৰুতৰভাৱে আহত তিনিওকে উন্নত চিকিৎসাৰ বাবে ওৰাং সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি।
পৰিয়াল কেন্দ্ৰীক বিবাদৰ ফলতে সংঘটিত এই শিহৰণকাৰি ঘটনা।
এই ভয়ংকৰ ঘটনা সংঘটিত কৰা ব্যক্তিজনৰ নাম বাপন দৈমাৰী।
ৰে'ল বিভাগৰ কৰ্মচাৰী বাপন দৈমাৰী।
ঘটনা সংঘটিত কৰাৰ পাছতে আটক দেমাৰীক।
Also Read: তামিলনাডু আৰক্ষীয়ে প্ৰকাশ কৰিলে ৰাজভৱন আক্ৰমণৰ চিচি টিভি ফুটেজ...