/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/92e1e6b9-b151-47f1-b857-0517f6659d1d/BODOLAND_UNIVERSITY_26.jpg)
যিকোনো মুহূৰ্ততে অপসাৰিত হ'ব বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য...
যিকোনো মুহূৰ্ততে অপসাৰিত হ'ব পাৰে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য।
ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে সাক্ষাৎ কৰিছে ৰাজ্যপালক।
ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াৰ সৈতে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অচলাৱস্থাক লৈ শিক্ষামন্ত্ৰীৰ আলোচনা।
দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰৰ পাছতো বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য পদত আছে লাইশ্ৰাম লাড্ডু সিং।
এবছুকে ধৰি বিভিন্ন দল, সংগঠনে অপসাৰণৰ দাবী তুলি আহিছে লাড্ডু সিঙৰ।
উপাচাৰ্ৰ কক্ষত তলাও উলমাইছিল সংগঠনটোৱে।
Also Read: ICC ক্ৰিকেট বিশ্বকাপঃ কলকাতা, মুম্বাই তিৰুৱন্তপুৰম থাকিব দেৱজিৎ শইকীয়াৰ দায়িত্বত
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us