তামুলপুৰত পথ দূৰ্ঘটনাঃ নিহত এজন

ROAD ACCIDENT
ROAD ACCIDENT

ডিজিটেল সংবাদ, তামুলপুৰঃ ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাই পথৰ পানী টেংকিত পথ দূৰ্ঘটনা সংঘটিত হয় ৷ নিয়ন্ত্ৰণ হেৰুৱাই গাতত পৰে বাইকখন থিতাতে নিহত হয় এজন আৰু এজন আহত হয়। নিহত লোক জন হল ভাস্কৰ দৈমাৰী (২০) । আহত লোক জন হল হীৰকজ্যোতি শৰণীয়া (২২)। আহত জনক সংকটজনক অৱস্থাত গুৱাহাটীলৈ প্ৰেৰণ আহত লোক জনৰ।

এ এছ - ০১- এফ ভি- ১৮৭৯ ৰ বাইকখনৰে ভূটান দিশৰ পৰা তামুলপুৰলৈ আহি থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই দূৰ্ঘটনাটো সংঘটিত হয়। স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে নিহত জনৰ লগতে আহত জনক কুমাৰীকাটা ৰাজ্যিক চিকিৎসালয়লৈ আনি প্ৰাথমিক চিকিৎসা কৰাৰ পাছত আহতজনক গুৱাহাটীলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰাৰ বিপৰীতে নিহত জনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে পঠায় ৷

ROAD ACCIDENT
বিশ্বনাথত কংগ্ৰেছ দলৰ বৃহৎ খহনীয়া

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in