চিৰাঙত দুষ্প্ৰাপ্য প্ৰজাতিৰ লাজুকী বান্দৰ উদ্ধাৰ...

চিৰাঙত দুষ্প্ৰাপ্য প্ৰজাতিৰ লাজুকী বান্দৰ উদ্ধাৰ...

author-image
Asomiya Pratidin
New Update
চিৰাঙত দুষ্প্ৰাপ্য প্ৰজাতিৰ লাজুকী বান্দৰ উদ্ধাৰ...

চিৰাঙত দুষ্প্ৰাপ্য প্ৰজাতিৰ লাজুকী বান্দৰ উদ্ধাৰ...

ডিজিটেল সংবাদ চিৰাংঃ চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ শান্তিপুৰৰ শিমলাবাগান গাঁৱত এটি দুষ্প্ৰাপ্য প্ৰজাতিৰ লাজুকী বান্দৰ উদ্ধাৰ হয়।

Advertisment

নৱগঠিত চিকনাঝাৰ জৌহৌলাও ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া অঞ্চলটোত সোমবাৰে নিশাৰ ভাগত প্ৰথমবাৰৰ বাবে স্থানীয় লোকে এই দুষ্প্ৰাপ্য প্ৰজাতিৰ লাজুকী বান্দৰটোক দেখিবলৈ পায়।

পিছত গাঁৱবাসীয়ে দুষ্প্ৰাপ্য প্ৰজাতিৰ লাজুকী বান্দৰটোক ধৰি শান্তিপুৰস্থিত বনবিভাগৰ লোকক গতাই দিয়ে ।

Also Read: চিকিৎসক হত্যাকাণ্ডঃ পলিগ্ৰাফ টেষ্টৰ সন্মুখীন হব লাগিব পাৰে সন্দীপ ঘোষ...

লাজুকী বান্দৰ চিৰাং