/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/ee0eb40f-d08d-46ee-87f8-06b9c2b12ce5/musalpur 19.jpg)
মুছলপুৰৰ ডুমুনীত আৰক্ষীৰ প্ৰহাৰত এজন ব্যক্তিৰ মৃত্যুৰ অভিযোগ...
-
বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ ডুমুনীত উত্তেজনাপূর্ণ পৰিস্থিতি।
-
এজন ব্যক্তিৰ মৃত্যুক কেন্দ্ৰ কৰি এই পৰিস্থিতি।
-
অসম আৰক্ষীৰ প্ৰহাৰত এজন লোকৰ মৃত্যু হোৱাৰ অভিযোগ।
-
মৃত লোকজনৰ নাম জচ উৰাং (২৮) ।
-
দুদিন পূৰ্বে পত্নীক প্ৰহাৰ কৰাৰ অভিযোগত ডুমুনী আৰক্ষীয়ে আটক কৰিছিল জচ উৰাংক।
-
আজি বৰপেটা মেডিকেল কলেজ হস্পাতালত চিকিৎসাধীন অৱস্থাত মৃত্যুক সাৱটি লয় জচে।
-
ঘটনাক লৈ সমগ্ৰ ডুমুনী অঞ্চলত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।
Also Read: ধেমাজি জিলা ছাত্র সন্থাৰ বিশেষ অভিনন্দন অনুষ্ঠানত ১২০ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা...