দীপাৱলী উপলক্ষে ওদালগুৰি জিলাত মৃত্যুঞ্জয় জৰুৰীকালীন ১০৮ সেৱা

দীপাৱলী উপলক্ষে ওদালগুৰি জিলাত মৃত্যুঞ্জয় জৰুৰীকালীন ১০৮ সেৱা

ডিজিটেল সংবাদ,ওৰাং : পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে ওদালগুৰি জিলাৰ মৃত্যুঞ্জয় জৰুৰীকালীন ১০৮ সেৱা সষ্টম কৰা হৈছে। যিকোনো আপাতকালীন পৰিস্থিতিত ১০৮ এম্বুলেন্স সেৱা যাতে সময়মতে উপস্থিত হ'ব পাৰে তাৰ বাবে প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।

ৰাইজক দীপাৱলীৰ শুভেচ্ছা জনাই আপদকালীন পৰিস্থিতিসমূহ মোকাবিলা কৰিবলৈ ১০৮ কৰ্মচাৰীক ৰাইজৰ সহায় সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনাইছে। উল্লেখযোগ্য যে, এই বছৰৰ অক্টোৱৰ মাহত ওদালগুৰি জিলাত ৮৪ জন দুঘৰ্টনাত পতিত লোকক সুচাৰুৰূপে ১০৮ সেৱা আগবঢ়াবলৈ সক্ষম হৈছে ওদালগুৰি জিলা মৃত্যুঞ্জয় জৰুৰীকালীন সেৱা।

দীপাৱলী উপলক্ষে ওদালগুৰি জিলাত মৃত্যুঞ্জয় জৰুৰীকালীন ১০৮ সেৱা
দিশপুৰৰ বিধায়ক আৱাসত গুলীৰ চিহ্ণ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in