বন ধ্বংসৰ বুজ ল'বলৈ যোৱা এবছুৰ দল-সাংবাদিকক আক্ৰমণৰ চেষ্টা দুৰ্বৃত্তৰ

বন ধ্বংসৰ বুজ ল'বলৈ যোৱা এবছুৰ দল-সাংবাদিকক আক্ৰমণৰ চেষ্টা দুৰ্বৃত্তৰ

ডিজিটেল ডেস্ক : ভাৰত-ভূটান সীমান্তৰ চিৰাং-ৰিপু সংৰক্ষিত বনাঞ্চলত সংঘটিত হৈছে এক শিহৰণকাৰী ঘটনা। এই বনাঞ্চলখনৰ বন ধ্বংসৰ কথা পোহৰলৈ অহাৰ পিছত বৃহস্পতিবাৰে উক্ত বনাঞ্চলখনলৈ গৈছিল এবছু নেতৃত্ব আৰু সাংবাদিক।

তেনে সময়তে বন ধ্বংসৰ বুজ ল'বলৈ যোৱা এবছুৰ দল আৰু সাংবাদিকক এগৰাকী দুৰ্বৃত্তই আক্ৰমণৰ চেষ্টা চলায়। হাতত কুঠাৰ লৈ দুৰ্বৃত্তজনে খেদি খেদি সাংবাদিক আৰু এবছুৰ দলটোক আক্ৰমণৰ চেষ্টা চলায়।

বন ধ্বংসৰ বুজ ল'বলৈ যোৱা এবছুৰ দল-সাংবাদিকক আক্ৰমণৰ চেষ্টা দুৰ্বৃত্তৰ
এশিঙীয়া গঁড়ৰ সুৰক্ষা আৰু সজাগতা সন্দৰ্ভত কাজিৰঙাত 'আনভাইনচ'ৰ বিশেষ পদক্ষেপ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in