New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-15/xzojeqok/204.jpg)
কোকৰাঝাৰত প্ৰচণ্ড ধুমুহা -বৰষুণৰ লগতে বিজুলী -ঢেৰেকনি ।
বালাজান তিনিআলিত ধুমুহাৰ ফলত ভাঙি পৰিল প্ৰকাণ্ড কৃষ্ণচুড়া গছ ।
দৈব্যক্ৰমে কোনো হতাহত নহ'ল ।
বিদ্যুতৰ খুটি ভাঙি চূৰ্ণ-বিচুৰ্ণ ।
ব্যস্ত জেডি পথ সম্পূৰ্ণৰূপে বন্ধ ।
কাৰিগাঁও -কোকৰাঝাৰ যাতায়ত বন্ধ ।
অঞ্চলটোত ব্যাহত হৈ পৰিছে বিদ্যুত ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us