মুছলপুৰত পকীপথৰ কামৰ শুভাৰম্ভ বিটিচি পাৰিষদৰ...
মুছলপুৰত পকীপথৰ কামৰ শুভাৰম্ভ বিটিচি পাৰিষদৰ...

মুছলপুৰত পকীপথৰ কামৰ শুভাৰম্ভ বিটিচি পাৰিষদৰ...

মুখ্যমন্ত্ৰী আৰু বিটিআৰ প্ৰধানক ধন্যবাদ জ্ঞাপন
Published on

ডিজিটেল সংবাদ বাক্সাঃ বিটিআৰৰ অন্তৰ্গত বাক্সা জিলাৰ দিহিৰা পৰিষদীয় সমষ্টিৰ এক দীৰ্ঘদিনীয়া সমস্যা সমাধান হোৱাৰ পথত। আজি জিলাখনৰ মুছলপুৰৰ সমীপৱৰ্তী কুঁৱেৰীচ'কৰ পৰা দীঘলদঙা মেডিকেল চ'কলৈ পকীপথৰ কাম শুভাৰম্ভ কৰে দিহিৰা পৰিষদীয় সমষ্টিৰ পাৰিষদ ঘনশ্যাম দাসে ৷

তেওঁ এই কামৰ শুভাৰম্ভ কৰি দিহিৰাবাসীৰ সমস্যাৰ কথা চিন্তা কৰা বাবে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু বিটিআৰ প্ৰধান প্ৰমোদ বড়োক ধন্যবাদ জ্ঞাপন কৰে।

মুছলপুৰত পকীপথৰ কামৰ শুভাৰম্ভ বিটিচি পাৰিষদৰ...
এজাৰ ফুলা দেখি বেজাৰ কিয় কৰ...
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in