চাইনিজ ফিল্ম প্ৰডাকচনৰ ” বিহামজো নাংগৌ” বোলছবিৰ শ্বুটিং সমাপ্ত…

চাইনিজ ফিল্ম প্ৰডাকচনৰ ” বিহামজো নাংগৌ” বোলছবিৰ শ্বুটিং সমাপ্ত…

author-image
asomiyapratidin
New Update
চাইনিজ ফিল্ম প্ৰডাকচনৰ ” বিহামজো নাংগৌ” বোলছবিৰ শ্বুটিং সমাপ্ত…

ডিজিটেল সংবাদ,চিৰাংঃ চিৰাং জিলাৰ বডো চিনে আৰ্টিষ্ট এচ'চিয়েছনৰ নেতা মাইকেল মোছাহাৰীৰ সম্পাদিত আৰু পৰিচালিত চুটি বড়ো কথাছবি " বিহামজো নাংগৌ " (বোৱাৰী লাগে ) পাৰ্ট ২ কথাছবিখনৰ শ্বুটিং আজি সমাপ্ত হ'ল ।

Advertisment

চাইনিজ ফিল্ম প্ৰডাকচনৰ " বিহামজো নাংগৌ " কথাছবি খনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে মৈখোম বসুমতাৰী, দৈজি বসুমতাৰী, মাইকেল মোছাহাৰীৰ লগতে চিৰাং জিলাৰ বিছাৰ নেতা আৰু নবীন-প্ৰবীণ শিল্পী সকলে।
উল্লেখযোগ্য যে চিৰাং জিলাৰ বিভিন্ন ঠাইত কথাছবিখনৰ দৃশ্য গ্ৰহণ কৰিছে বুলি উদ্যোগতা সকলে জানিবলৈ দিছে।

cinema bodo film shooting