বড়ো সাহিত্য সভাৰ নতুন সভাপতি হিচাপে নিৰ্বাচিত ড° সুৰথ নাৰ্জাৰী

বড়ো সাহিত্য সভাৰ নতুন সভাপতি হিচাপে নিৰ্বাচিত ড° সুৰথ নাৰ্জাৰী
  • বড়ো সাহিত্য সভাৰ নতুন সভাপতি হিচাপে নিৰ্বাচিত ড° সুৰথ নাৰ্জাৰী ।

  • সাধাৰণ সম্পাদক ৰূপে নিৰ্বাচিত নীলকান্ত গয়াৰী ।

  • প্ৰশান্ত বড়ো উপ সভাপতি হিচাপে নিৰ্বাচিত ।

  • শনিবাৰে নিশা অনুষ্ঠিত হোৱা বড়ো সাহিত্য সভাৰ প্ৰতিনিধি সভাত গঠন কৰা হয় বড়ো সাহিত্য সভাৰ নতুন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতি ।

  • সভাপতি হিচাপে নিৰ্বাচিত হোৱা ড° সুৰথ নাৰ্জাৰী কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in