New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/09/2b95ebdc-d375-492e-b302-b84787488989.jpg)
প্ৰতীকি ফটো
চাবুৱাৰ বালিজান চাহ বাগিচাত অঘটন।
টুলুঙা নাৱেৰে খৰি আনি থকা অৱস্থাত সংঘটিত দুৰ্ঘটনা।
সোমবাৰে সংঘটিত হয় এই ঘটনা।
ডিব্রু নদীত নাওসহ ডুব গ’ল দুজন লোক।
লোক দুজনৰ সন্ধানত ডিব্রু নদীত স্থানীয় লোকৰ অভিযান।
সন্ধানহীন লোক দুজন বিনই চুমাৰ আৰু বেদান মুড়া।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us