/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/782e7e37-d910-4d7d-8b2c-a2c6f11b316a/fsdf.jpg)
-
শোণিতপুৰ জিলা কংগ্ৰেছৰ সভাপতি দাদুল বৰকাকতীৰ ভোটাৰ ৰাইজৰ মাজত দাদাগিৰি ৷
-
নদুৱাৰ সমষ্টিৰ ৪নং চিৰুৱানিৰ কৰুণা চেণ্টাৰত বিজেপি কৰ্মীক মাৰধৰ কৰাৰ অভযোগ ৷
-
সভাপতি দাদুল বৰকাকতীৰ মাৰত আহত বিজেপিৰ বি এল অ আব্দুল কাচিম ৷
-
সভাপতি দাদুল বৰকাকতীৰ বিৰুদ্ধে বৰঘাট আৰক্ষী থানাত গোচৰ আব্দুল কাচিমিৰ ৷
-
ঘটনাস্থলীত উপস্থিত আৰক্ষী ৷
Also Read: মালিগাঁৱত ৰেলৰ চেপাত নিহত যুৱক