৬০টা ৱাৰ্ডৰ ৫৮ টাত বিজেপি মিত্ৰজোঁটৰ জয়…

৬০টা ৱাৰ্ডৰ ৫৮ টাত বিজেপি মিত্ৰজোঁটৰ জয়…

author-image
asomiyapratidin
New Update
৫ ৰাজ্যৰ ফলাফল…

ডিজিটেল ডেস্ক: ২২ এপ্ৰিলত অনুষ্ঠিত হৈ যোৱা গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ আজি ফলাফল ঘোষণা হয়। এই নিৰ্বাচনত বিজেপিয়ে চমকপ্ৰদ ফলাফল দেখুৱাই।

Advertisment

গুৱাহাটীৰ ৬০ টা ৱাৰ্ডৰ ৫৮ টা ৱাৰ্ডতে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে জয়লাভ কৰে। বাকী দুটা দখল কৰে আম আদমী পাৰ্টী আৰু অসম জাতীয় পৰিষদে।

অন্যহাতে এই নিৰ্বাচনত কংগ্ৰেছে এটা ৱাৰ্ডো লাভ কৰিবলৈ সক্ষম নহয়। কংগ্ৰেছে কেইবাটাও ৱাৰ্ডত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল যদিও এটাতো জয়লাভ নকৰিলে।

আৰু পঢ়ক: জিগনেশ মিৱানীক বিনাচৰ্তে মুকলি কৰি দিবলৈ দাবী কংগ্ৰেছৰ

assam congress bjp aap GMC ELECTION