কেইবাখনো ৰাজ্যত বিজেপিৰ অগ্ৰগতি…

কেইবাখনো ৰাজ্যত বিজেপিৰ অগ্ৰগতি…

author-image
asomiyapratidin
New Update
লোকসভা নিৰ্বাচনৰ ভোটগণনা, LIVE UPDATES-2…

  • দিনৰ ১.৩০ বজালকৈ জম্মু-কাশ্মীৰৰ ৬ খন আসনৰ ভিতৰত বিজেপিৰ ৩ খনত অগ্ৰগতি।
  • বাকী ৩ খন আসনত আগবাঢ়ি আছে জম্মু-কাশ্মীৰ নেশ্যনেল কনফাৰেঞ্চ দল।
  • গুজৰাটৰ ২৬ খন আসনৰ ২৬ খনতে আগবাঢ়ি আছে বিজেপি।
  • চণ্ডীগড়ৰ একমাত্ৰ আসনখনত আগবাঢ়ি আছে বিজেপি।
  • ছত্তীশগড়ৰ ১১ খন আসনৰ ভিতৰত ১০ খনত বিজেপিৰ অগ্ৰগতি আৰু ১খনত কংগ্ৰেছৰ অগ্ৰগতি।