/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/b7916519-023c-495c-a87a-05bfe1380029/bjpp.jpg)
bjp kaziranga meeting
ডিজিটেল ডেস্ক : শনিবাৰৰ পৰা কাজিৰঙাত আৰম্ভ হ'ল বিজেপিৰ চিন্তন শিবিৰ।কহৰা বৰগছ ৰিজৰ্টত তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে এই চিন্তন শিবিৰ। উল্লেখ্য যে ২০২৪ৰ লোকসভা নিৰ্বাচনৰ প্রতি লক্ষ্য ৰাখি বৈঠকৰ আয়োজন কৰা হৈছে।
২ বজাত অনুষ্ঠিত হ'বলগীয়া এই চিন্তন শিবিৰৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা। প্রথম দুদিনত সদগুৰু আৰু শ্রীশ্রীৰবিশংকৰে আগবঢ়াব প্রবচন।