বিতৰ্কৰ বাবেই একাংশ কংগ্ৰেছীৰ বিজেপিত যোগদান কাৰ্যসূচী বাতিল...

বিজেপিত যোগদান কাৰ্যসূচী বাতিল।

author-image
Asomiya Pratidin
New Update
গেৰুৱা দলৰ প্ৰতি মোহভংগ বিজেপি নেতাৰ

প্ৰতিকী ফটো

ডিজিটেল ডেস্ক: কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত বিজেপিত যোগদান কাৰ্যসূচী বাতিল কৰিলে ৰাজ্যিক বিজেপিয়ে। ৮ অক্টোবৰত আছিল বিজেপিত যোগদান কাৰ্যসূচী।

Advertisment

কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ উপস্থিতিত বহু কংগ্রেছী নেতাই বিজেপিত যোগদানৰ কথা আছিল। কিন্তু প্রাঞ্জল ঘাটোৱাৰৰ যোগদানক লৈ সৃষ্টি হৈছিল অন্তঃকন্দল। আনকি কেইবাজনো বিজেপি বিধায়কেও মুকলিকৈ ইয়াৰ বিৰোধিতা কৰিছিল।

একাংশ কংগ্ৰেছীৰ বিজেপিত যোগদানক লৈ দলত অন্তঃকন্দলৰ সৃষ্টি হৈছিল। আনকি এই ঘটনাই নাগপুৰো স্পৰ্শ কৰিছিল। তাৰ পাছতেই বিজেপিয়ে এই সিদ্ধান্ত বাতিল কৰে।

assam congress bjp amit shah